geologygeomagnetism

geomagnetic axis (English) [ IPA: ˌdʒiːoʊmægˈnetɪk ˈæksəs ASM: জিয়মেগনেটিক এক্সিচ]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-31
1. Physics(Abstract Noun) The earth acts like a huge bar magnet whose poles lie close to the north and south geographic poles. The straight line between the poles of this imaginary magnet is called the `geomagnetic axis`. পৃথিৱীয়ে এডাল দণ্ড চুম্বকৰ দৰে আচৰণ কৰে, যাৰ মেৰু কেইটা ভৌগোলিক উত্তৰ আৰু দক্ষিণ মেৰুৰ ওচৰত অৱস্থিত ৷ এই কাল্পনিক চুম্বকৰ মেৰু দুটা সংযোগী ৰেখাদালকে ভূ-চুম্বকীয় অক্ষ বোলা হয় ৷